23/02/2024
কম দামত গুৱাহাটী মহানগৰীত গেষ্ট হাউচ।
কেৱল ৯৯৯ টকাতে দুজনকৈ ব্যক্তি থাকিব পৰা ব্যৱস্থাৰ লগতে আছে নিজে ৰান্ধি খোৱাৰ ব্যৱস্থাও।
অন্যহাতেদি শীত-তাপ নিয়ন্ত্ৰীত কোঠাত কেৱল মাত্ৰ ১২০০-১৪৯৯ টকাত ২৪ ঘণ্টাৰ আৰাম কৰিব পাৰিব আপুনি।
জেষ্ঠ্য নাগৰিকৰ বাবেও বিশেষ ব্যৱস্থা।
গতিকে পলম নকৰিব।
আহক হেঙেৰাবাৰীৰ নৱোদয় পথৰ 'জোনাকী' গেষ্ট হাউচলৈ আৰু আপোনাৰ পৰিয়ালৰ লগতে বন্ধু-বান্ধৱীৰ লগত কটাওক সুৰক্ষিত এৰাতি। যোগাযোগ কৰক- ৯৯৫৭৮৩৬৯৮৬
(বি:দ্ৰ: ২৪ চিকিৎসা সেৱাৰ বাবে অহা পৰিয়ালৰ বা গ্ৰাহকৰ বাবে বিশেষ ৰেহাই ব্যৱস্থা)"