14/04/2026
সন্মানীয় অংশীদাৰসকল,
আগন্তুক অসমীয়া নববৰ্ষ আৰু ৰঙালী বিহু উপলক্ষে সকলো অংশীদাৰৰ লগতে পৰিয়ালবৰ্গলৈ সঞ্চালকমণ্ডলী আৰু কৰ্মচাৰীসকলৰ তৰফৰ পৰা আন্তৰিক শুভকামনা জনালোঁ।ৰঙালী বিহু উপলক্ষে ১৪ আৰু ১৫ এপ্ৰিলত সমিতিৰ কাৰ্যালয় বন্ধ থাকিব। --সম্পাদক